আকৰিকৰ-তেজস্ক্ৰিয়তাৰে-পংগু-বাংগোৰ-মানুহ

East Singhbhum, Jharkhand

Jul 16, 2018

আকৰিকৰ তেজস্ক্ৰিয়তাৰে পংগু বাংগোৰ মানুহ

অৰ্ধশতিকাজুৰি ঝাৰখণ্ডৰ পুৱ সিংভুম জিলাৰ জাডুগুডা খনিকে ধৰি ইউৰেনিয়াম খনিবোৰৰ নিকটৱৰ্তী গাঁৱৰ মানুহে তেজস্ক্ৰিয় বৰ্জ্য আৰু বিষাক্ত খাল-ডোংবোৰৰ মাজত জীৱন যাপন কৰাৰ মূল্য দিবলগীয়া হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Subhrajit Sen

শুভজিত সেন কলিকতাৰ চন্দননগৰৰ। তেঁও মুক্ত গ্ৰাফিক ডিজাইনাৰ হিচাপে কাম কৰে আৰু বাংলাদেশৰ ঢাকা চহৰত তথ্যচিত্ৰ ফটোগ্ৰাফি পাঠ্যক্ৰম অধ্যয়ন কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।