মেৰুটত-ফ্ৰী-কিক্-নাই

Meerut, Uttar Pradesh

Jan 07, 2023

মেৰুটত ফ্ৰী কিক্ নাই

ফুটবল বিশ্বকাপৰ বছৰটোত মেৰুটৰ নিকটৱৰ্তী চিচৌলাত এভুমূকি, এই ঠাইখনক ফুটবল চিলোৱাৰ ঘাটি বুলি জনা যায়। মহিলা আৰু শিশুৱে লগ লাগি ইয়াত ফুটবল চিলায় আৰু প্ৰতিটো বলৰ বাবদ খুব বেছি ৫ টকা উপাৰ্জন কৰে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Shalini Singh

শালিনী সিং পাৰিৰ প্ৰকাশক কাউণ্টাৰমিডিয়া ট্ৰাষ্টৰ এগৰাকী প্ৰতিষ্ঠাপক ন্যাসৰক্ষী। দিল্লীৰ এগৰাকী সাংবাদিক শালিনীয়ে পৰিৱেশ, লিংগ, সংস্কৃতিৰ ওপৰত লিখে আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ২০১৭-১৮ৰ সাংবাদিকতাৰ নিয়েমন ফেল’ আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।