কেতিয়াবা-যুঁজিৰ-লাগিব-কেতিয়াবা-আঁতৰি-থাকিব-লাগিব

Yavatmal, Maharashtra

Feb 05, 2020

কেতিয়াবা যুঁজিৰ লাগিব, কেতিয়াবা আঁতৰি থাকিব লাগিব

স্বামীৰ আত্মহত্যাৰ পিছত আইনী সমস্যাত সাঙোৰ খাই পৰা বিধবা মহিলা কৃষক অপৰ্না মালিকাৰ কে.বি.চি. (কৌন বনেগা ক্ৰৌৰপতি)ৰ বিশেষ খণ্ডত ৬.৪ লাখ টকা লাভ কৰি ৰিয়েলিটি টিভিৰ অপ্ৰত্যাশিত হিতাধিকাৰী হৈ পৰে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ নাগপুৰস্থিত এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু পাৰিৰ ৰোভিং ৰিপ’ৰ্টাৰ। ৰামৰাও: দা ষ্ট’ৰি অৱ ইণ্ডিয়াচ ফাৰ্ম ক্ৰাইচিচ শীৰ্ষক গ্ৰন্থৰ ৰচক জয়দীপ এগৰাকী গ্ৰন্থকাৰো। ২০২৫ বৰ্ষত “অৰ্থপূৰ্ণ, দায়বদ্ধ আৰু প্ৰভাৱশীল সাংবাদিকতাৰ ক্ষেত্রত তেওঁৰ অনবদ্য অৰিহণা” লগতে “সামাজিক সজাগতা, অনুকম্পা আৰু পৰিৱৰ্তন”ৰ বাবে অনুপ্ৰেৰণামূলক কৰ্মৰ বাবে তেওঁক উদ্বোধনীমূলক ৰামোজী এক্সেলেন্স এৱাৰ্ডচ, ২০২৫ত শ্ৰেষ্ঠ সাংবাদিকতাৰ বটা প্ৰদান কৰা হয়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।