farmers-diet-worse-than-a-convicts-as

Mandya, Karnataka

Nov 28, 2024

জেইলৰ কয়দীতকৈও নিকৃষ্ট খাদ্য খেতিয়কৰ ভাগত

কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ বাসিন্দা জয়ালক্ষ্মাম্মাৰ স্বামী আজিৰ পৰা চাৰি বছৰ পূৰ্বে আপোনঘাতী হৈছিল। তথাপি জীৱনৰ এই কঠিন যুদ্ধখনত জয়ালক্ষ্মাম্মাই হাৰি মানি লোৱা নাই আৰু দৃঢ়তাৰে সকলো পৰিস্থিতিৰ মোকাবিলা কৰি গৈছে। এনে আৰু বহু মহিলাই জয়ালক্ষ্মাম্মাৰ দৰেই জীৱনৰ সমস্ত যাতনা আৰু অপমান মুৰপাতি লৈ অদমনীয় সাহসৰ উদাহৰণ দাঙি ধৰিছে

Translator

Deity

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Deity

গুৱাহাটীৰ ডেইটী এগৰাকী অনুবাদক আৰু লিখক। তেওঁ মুক্ত বিহংগৰ দৰে আকাশত উৰি ফুৰিব বিচাৰে।