তলাবন্ধত-আমৰলিৰ-দৰে-প্ৰব্ৰজনকাৰীৰ-পদযাত্ৰা

Ahmedabad, Gujarat

Aug 04, 2020

তলাবন্ধত আমৰলিৰ দৰে প্ৰব্ৰজনকাৰীৰ পদযাত্ৰা

ঘৰত চাইনীজ-থাই ব্যঞ্জন ৰান্ধিবলৈ আছেই, তেনে সময়ত ভোকাতুৰ আৱদ্ধ শ্ৰমিকৰ নিজ গাওঁ অভিমুখী পদযাত্ৰাৰ আদবাটৰ দৃশ্য টেলিভছনত কিমান সময়ত চাই থাকিব পাৰি? ইয়াতে উপেক্ষা আৰু বৈষম্যৰ ওপৰত আঘাত হনা এটা কবিতা আগবঢ়োৱা হৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।