তেওঁ-কয়-যে-মই-মোৰ-মাতকৈও-বেছি-অভিশপ্ত

Banswara, Rajasthan

Sep 12, 2019

‘তেওঁ কয় যে মই মোৰ মাতকৈও বেছি অভিশপ্ত’

ৰাজস্থানৰ বাঞ্চৱাৰা জিলাত লিংগ বৈষম্যৰ বিষবাষ্প বিয়পি আছে, বহু মহিলাক পুত্ৰ সন্তানৰ লোভত একাধিকবাৰ প্ৰসৱ কৰোৱা হয়। কিন্তু ভাল কথা যে বহুতে এনে পুৰণিকলীয়া চিন্তাধাৰাক প্ৰত্যাহ্বান জনাবলৈ শিকিছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Puja Awasthi

পুজা অৱস্থি এগৰাকী মুক্ত ছপা আৰু অনলাইন সাংবাদিক তথা লক্ষ্মৌৰ উচ্চাকাংক্ষী ফটোগ্ৰাফাৰ। তেওঁ যোগাভ্যাস, ভ্ৰমণ আৰু হাতেসজা বস্তু ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।