সৌৰফলক-আৰু-সংহতি

Idukki, Kerala

Apr 08, 2020

সৌৰফলক আৰু সংহতি

কেৰালাৰ আওহতীয়া পঞ্চায়ত ইড়ামালাকুড়িৰ আদিবাসী মহিলাসকলে বোজা কঢ়িওৱা শ্ৰমিকৰ গোট এটা গঠন কৰিলে আৰু গাওঁখন সৌৰশক্তিৰে পোহৰেৰ উজলাই তুলিলে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।