এদিন-হয়তো-মানুহে-মোৰ-শিল্পৰ-মোল-বুজিব

Kolkata, West Bengal

Jul 05, 2022

‘এদিন হয়তো মানুহে মোৰ শিল্পৰ মোল বুজিব’

বেলডাংগাৰ পৰা কলকাতালৈ কিমান যে বিক্ৰেতাই চীনা মনোহাৰী সামগ্ৰী বিক্ৰী নকৰে, তাৰ মাজত সঞ্জয় বিশ্বাসে নিজহাতে সজা কাঠৰ সামগ্ৰী বিক্ৰীৰ চেষ্টা কৰে। গ্ৰাহকে বৰকৈ দৰদাম কৰে যদিও তাৰ মাজতে তেওঁ সামান্য লাভৰ মুখ দেখিব বুলি আশা কৰে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Smita Khator

স্মিতা খাটোৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি)ৰ ভাৰতীয় ভাষা অভিযান চমুকৈ পাৰিভাষাৰ মুখ্য অনুবাদ সম্পাদক। পাৰিৰ অনুবাদ, ভাষা আৰু আৰ্কাইভৰ ক্ষেত্ৰত তেওঁ কাম কৰে। তেওঁ মহিলাৰ সমস্যা আৰু শ্ৰম সম্পৰ্কত লিখেও।

Translator

Ananta Kumar Nath

অনন্ত কুমাৰ নাথ অসমৰ যোৰহাটৰ এগৰাকী মুক্ত প্ৰতিবেদক। তেওঁ পূৰ্বে আমাৰ অসম আৰু দা ইষ্টাৰ্ণ ক্ৰনিকল কাকতৰ সৈতে কাম কৰিছে। তেওঁৰ যোগাযোগৰ ইমেইল আইডি - ananta.nath31@rediffmail.com