builders-from-west-bengal-in-mumbai-as

Maldah, West Bengal

Sep 22, 2023

প্ৰব্ৰজিত শ্ৰমিক: মুম্বাই মহানগৰীখন গঢ়ি তোলা খনিকৰসকল

মুম্বাই মহানগৰীৰ বহু আকাশলংঘী অট্টালিকা সজা কামত নিয়োজিত অন্যান্য ৰাজ্যৰ পৰা নিম্ন মজুৰিত কাম কৰিবলৈ অহা প্ৰব্ৰজক শ্ৰমিকসকল

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Sapana Jaiswal

Translator

Sugandhi Prapti

সুগন্ধি প্ৰাপ্তি বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ লেডী শ্ৰীৰাম কলেজ ফৰ উইমেনৰ সমাজতন্ত্ৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী আৰু তেওঁৰ ঘৰ গুৱাহাটী, অসমত। তেওঁৰ স্থিৰচিত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাণত যথেষ্ট ৰাপ আছে। মানুহ আৰু মানুহৰ কাহিনীবোৰ তেওঁৰ কেমেৰাত তুলি ধৰিবলৈ ভাল পায়। তেওঁ ভাবে যে মাতৃভাষাৰ ওপৰত ভাল দখল আৰু জ্ঞান থকাটো সকলোৰে প্ৰাথমিক দায়িত্ব।