ডোঙাৰপাৰাৰ-প্ৰব্ৰজিত-মৎস্যশ্ৰমিক

Mumbai, Maharashtra

Nov 12, 2022

ডোঙাৰপাৰাৰ প্ৰব্ৰজিত মৎস্যশ্ৰমিক

উত্তৰ মুম্বাইৰ মাধৰ এটা মাছুৱৈৰ চুবুৰী, তাত উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু আন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকে ভিৰ কৰে, কোলি পৰিয়ালবোৰে তেওঁলোকক কাম দিয়ে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Shreya Katyayini

শ্ৰেয়া কাত্যায়িনী এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক। তেওঁ পাৰিৰ বাবে ইলাষ্ট্ৰেছনৰ কামো কৰে।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।