তলাবন্ধ-পথেৰে-জামলোৰ-অন্তিম-যাত্ৰা

Bijapur, Chhattisgarh

Jul 22, 2020

তলাবন্ধ পথেৰে জামলোৰ অন্তিম যাত্ৰা

চত্তীশগড়ৰ এজনী ১২ বছৰীয়া কিশোৰী। তেলাংগনাৰ জলকীয়া খেতিত কাম কৰিছিল। ঘৰলৈ উভতি যোৱাৰ বাবে ভীষণ উদগ্ৰীৱ হৈ আন শ্ৰমিকৰ সৈতে তিনিদিন খোজকাঢ়ি গৈ থাকোতে ১৮ এপ্ৰিলত এই কিশোৰীৰ বাটতে মৃত্যু ঘটে। পাৰি এই কিশোৰীগৰাকীৰ গাঁৱলৈ গৈছিল

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।