ধুবুৰীৰ-পৰা-বীৰছিঙলৈ-মানুহে-নাৱত-গৈ-থকা-অৱস্থাত-চৰাঞ্চলত-সৌৰশক্তি

Dhubri, Assam

Aug 31, 2017

চৰাঞ্চলত সৌৰশক্তি

বিৰছিঙৰ তিনিখন গাঁৱে যোৱা কেইবছৰমানত সৌৰশক্তিৰে বিদ্যুত পাইছে আৰু ইয়ে অসমৰ ব্ৰহ্মপুত্ৰৰ বালিচৰৰ দ্বীপবোৰত প্ৰাথমিক স্বাস্থ্যসেৱা আৰু অনান্য দৈনিক কাৰ্যকলাপৰ ৰেহৰূপ সলনি কৰি পেলাইছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Translator

Rashmi Rekha Das

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Author

Ratna Bharali Talukdar

ৰত্না ভৰালী তালুকদাৰ ২০১৬-১৭ চনৰ পৰি সদস্য। উত্তৰ-পূৱ ভাৰতৰ অনলাইন আলোচনী নিজাইনৰ তেওঁ কাৰ্যবাহী সম্পাদক। এজন সৃষ্টিশীল লেখক হিচাপে তেওঁ অঞ্চলটোত প্ৰব্ৰজন, স্থানচ্যুত হোৱা, শান্তি আৰু সংঘৰ্ষ, পৰিৱেশ, আৰু লিংগ আদি বিভিন্ন বিষয় সামৰি লোৱাৰ বাবে প্ৰায়ে ভ্ৰমণ কৰে।