প্ৰতিবন্ধী-শিশুবোৰ-বহুত-পিছপৰি-ৰল

Ahmednagar, Maharashtra

Jul 21, 2022

প্ৰতিবন্ধী শিশুবোৰ বহুত পিছপৰি ৰ’ল

মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ এটা কৃষিজীৱি পৰিয়ালৰ বৌদ্ধিক প্ৰতিবন্ধী শিশুৰ বাবে অনলাইন পাঠদানৰ ব্যৱস্থাৰ অভাৱত শিশুসকলৰ শিক্ষা আৰু মানসিক, দুয়োটা ক্ষেত্ৰতে অৱনতি ঘটিছে আৰু অভিভাৱকৰ উদ্বেগ বাঢ়ি গৈছে

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।