মোৰ-নিজকে-এজন-শিক্ষক-যেন-নালাগে

Ahmednagar, Maharashtra

Apr 17, 2020

‘মোৰ নিজকে এজন শিক্ষক যেন নালাগে’

মহাৰাষ্ট্ৰ জিলা পৰিষদৰ বিদ্যালয়সমূহৰ শিক্ষকৰ ওপৰত ইমান বেছি অনা-শৈক্ষিক কামৰ বোজা জাপি দিয়া হৈছে যে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ তেওঁলোকৰ সময় তেনেই তাকৰীয়া হৈ পৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।