kabaddi-is-centrestage-in-navalgavhan-as

Hingoli, Maharashtra

Aug 29, 2024

কাবাদীৰ কেন্দ্ৰস্থল এতিয়া নৱলগহ্বান

মাৰাঠৱাড়াত বৰ উদ্যমেৰে ৰাইজৰ উদ্যোগত ৰাষ্ট্ৰীয় খেল কাবাদী অনুশীলন কৰা হয়। কাবাদী খেলে ৰাজ্যখনত যুৱচামৰ বাবে চৰকাৰী চাকৰিৰো বাটো মুকলি কৰে। ২৯ আগষ্টৰ দিনটোত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এয়া এক প্ৰতিবেদন

Student Reporter

Pooja Yeola

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Student Reporter

Pooja Yeola

পূজা য়েৱলা মহাৰাষ্ট্ৰৰ ছত্ৰপতি শম্ভাজীনগৰত সাংবাদিকতাৰ শিক্ষাৰ্থী।

Editor

Medha Kale

তুলজাপুৰৰ মেধা কালেয়ে মহিলা আৰু স্বাস্থ্য বিষয়ক ক্ষেত্ৰত কাম কৰে। তেওঁ এগৰাকী অভিজ্ঞ অনুবাদক আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।