অনলাইন-ক্লাছ-অফলাইন-বৈষম্য

Mumbai Suburban, Maharashtra

Oct 10, 2021

অনলাইন ক্লাছ, অফলাইন বৈষম্য

এফালে অনলাইন ক্লাছ, আনফালে লকডাউনে আৰ্থিকভাৱে বিধ্বস্ত কৰা ঘৰখনত এটকা হ’লেও উপাৰ্জন কৰি দিয়াৰ তাড়না, এয়াই নৰ্থ মুম্বাইৰ অম্বুজৱাড়িৰ স্কুলীয়া ল’ৰা-ছোৱালীৰ জীৱনৰ যুঁজ

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।