ইমান-দীঘলীয়া-বাট-জীৱন-চক্ৰবাত

Central Mumbai, Maharashtra

May 30, 2022

ইমান দীঘলীয়া বাট, জীৱন চক্ৰবাত

আগষ্ট মাহৰ কোনোবা এটা দিনত যেতিয়া ১৫ বছৰীয়া বিক্ৰমে ঘৰৰ পৰা পলাইছিল, তেতিয়া কামাঠিপুৰাৰ যৌনকৰ্মী হিচাপে কাম কৰা তেওঁৰ মাকে তাক পুনৰ ঘৰলৈ উভতাই আনিছিল – ইয়াৰ আগতেও সি ঘৰৰ পৰা পলাইছিল, হৰেক ৰকমৰ কাম কৰিছিল, কাজিয়া-পেচালত লিপ্ত হৈছিল - এটা জীৱন গঢ়াৰ আকূল প্ৰচেষ্টাই তাক ভাৰাক্ৰান্ত কৰি তুলিছিল

Author

Aayna

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷

Author

Aayna

আয়না এগৰাকী ভিজুৱেল ষ্টৰিটেলাৰ আৰু পাৰিৰ আলোকচিত্ৰশিল্পী।