বংগ-আৰু-বৰোদাৰ-মিশ্ৰিত-শৈলীৰে-গণেশৰ-মূৰ্তি

Vadodara, Gujarat

Dec 30, 2019

বংগ আৰু বৰোদাৰ মিশ্ৰিত শৈলীৰে গণেশৰ মূৰ্তি

পশ্চিম বংগৰ পৰা অহা খনিকৰৰ শৈলী বদোদৰাত মূৰ্তি নিৰ্মাণৰ শৈলীত মিহলি হৈ গৈছে। তেনে শিল্পকৰ্মত নিয়োজিত তপন মণ্ডলৰ দৰে কিছুমানে শিল্পশালা চলায়, আন বহুতেই কৃষি শ্ৰম, ঘৰ ৰং কৰা নাইবা আন কাম কৰি জীৱিকা নিৰ্বাহ কৰে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Ujjawal Krishnam

উজ্বাৱল কৃষ্ণম মহাৰাজা ছায়াজিৰাও বিশ্ববিদ্যালয়, বৰোডাৰ পদাৰ্থবিজ্ঞান বিভাগৰ ২০১৮ৰ স্নাতক। তেওঁ Academia.edu আৰু ৱিকিপ্ৰজেক্টচৰ এগৰাকী সম্পাদক আছিল। তেওঁ গেট্টি ইমেজেচৰ কাৰণে কাম কৰিছিল আৰু ভাৰতীয় ৰাষ্ট্ৰব্যৱস্থা আৰু আইনশাস্ত্ৰৰ ওপৰত লিখা-মেলা কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।